হৃদয় এক ৰণক্ষেত্ৰ।

যুদ্ধ আৰু হৃদয় যদিও পৃথক
দুয়োটাকে জিনীবলৈ টান।
কিছুমান মানুহে যুদ্ধ জয় কৰে
কিছুমানে হৃদয়।
কিন্তু যাৰ হৃদয়েই নাই তেওঁৰ কি জীনিবা! শৰীৰৰ? যুদ্ধ জিকিবলৈ যুদ্ধ ক্ষেত্ৰত নামিব লাগিব। হৃদয় জিকিবলৈ?
হৃদয় শৰীৰত থাকে।
সকলো শৰীৰত কিন্তু হৃদয় নাথাকে।

পুনঃ হৃদয় জয় আটাইতকৈ সহজ। কিন্তু হৃদয় বিচাৰি পোৱাটো দুৰুহ। দূৰ্লভ। কঠিন।

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

গণতন্ত্ৰৰ গান