ৰ'দ চাৰিওফালে






ৰ'দ মোৰ চোতালত

ৰ'দ মোৰ পথাৰত

লাৱনী ৰুৱনীৰ কলাফুলত

ৰ'দ পাৰঘাটত

পানী ঘাটত

পানীৰ কলহত

গৰ্ভৱতী ৰ'দ।

শইচ সম্ভাৱনাময় ৰ'দ।

ৰ'দ চাৰিওফালে

উত্তৰে দক্ষিণে

নৈঋতে ঈশানে

দূৰৈত ক'লা মেঘ

বুকুৰ গোপনে গোপনে।




©বিনয়

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

গণতন্ত্ৰৰ গান