ইয়াত এখন নদী আছিল।।
ঈগলৰ পোৱালীৰ দৰেযোজন উচ্চতাৰ পৰাএৰিদি উৰণ শিকোৱা নাছিল আমাকথাকিলেও এখন নীল আকাশ মূৰৰ ওপৰত।আমি ৰঙানৈত চিলনী সাঁতুৰ শিকিসোৱণশিৰিত ভটিয়নি নাও মেলিছিলোঁ।নৈ খন পাৰলৈ উঠি আহিবিদ্যুত পৰিবাহী গম্বুজ হ'ল।শিহু, সোণালী পিঠিয়া, বোকা পিঠিয়াৰজলকেলিসাধুকথাত পৰিণত হ'ল।প্ৰতিবাদবোৰপ্ৰতাৰণাৰ দলিল হ'ল।লাহে লাহে নদী খনৰ মৃত্যু হ'ল।আজিকালি আমিসাধু কথা লিখোঁ -ইয়াত এখন নদী আছিলপাৰত পানৈ-জংকিৰইতিহাসৰ আছিলইয়াত এখন সোণ গুৰি সিঁচা নদী আছিলইয়াত এখন নদী আছিল ইয়াত এখন নদী আছিল। নতুবা আঁওৰাও "অই আপ্পুন গণেশ পেগু" ৰ গীত "সোৱনশিৰি সোণৰ নদী যুগে যুগে বৈ যায়... *
Comments
Post a Comment