সপোনতে

সপোনতে

সপোনত কাৰ
দূৰৈৰ বাঁহী যেন মাত
সপোনতে পাৰ হৈ যাওঁ
সাতোটা চিনাকি ঘাট
তোৰ হৃদয়ৰ পৰা মোলৈ
বহু যোজনৰ বাট
পাৰহৈ অহা সাতোটা ঘাটৰো
উজনিত
তই সোণাাৰুৰ ফুল হৈ ফুল
সাৰ পাই দেখোঁ
কাঁটত বিদ্ধ মোৰ
ৰাঙলী দুহাত
ৰি ৰিয়াই বুকুত বাজি থাকে তথাপি
সেই নুশুনা বাঁহীৰ মাত ৷

 - বিনয় ৩ জুলাই

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

গণতন্ত্ৰৰ গান