কিয় লিখো
কিয় লিখোঁঃ
বহুতেই প্ৰশ্ন কৰিছে ৷ ইমান কবিতা আপল'ড দি আছে যে?
কোনবাই কয়- কবি হ'বলৈ ওলাইছা নেকি?
উত্তৰত কওঁ-
কবি হ'বলৈ নিলিখো ৷ মনলৈ যি আহে লিখি যাওঁ ৷ আগতে কাগজত লিখিছিলো ৷ সংৰক্ষণৰ অভাৱত হেৰাই গ'ল ৷ সেইবাবে ডিজিটেল যুগৰ সুবিধা লৈছো ৷ লিখাবোৰ থাকি যাওক, এই ভাবি ফেচ বুকত আপল'ড দিওঁ ৷ ব্লগ এটাও কৰিছো ৷
মিচিং পৰিষদৰ অধ্যক্ষ পৰমানন্দ চায়েংগীয়া দাই এদিন প্ৰসংগ ক্ৰমে কৈছিল -
"বিনয় জীৱনটো 40 ৰ পৰা আৰম্ভ হয় ৷"
তেখেতৰ কথা মনত ৰাখিছো ৷ ময়ো পাৰ কৰিলো জীৱনৰ দুকুৰি বসন্ত ৷ সেয়ে আৰম্ভ কৰিছো জীৱন ৷ দেউতাই হাল বাবলৈ নিশিকালে ৷ লগত কলমটো আছে ৷ কলমৰ সলনি আজিকালি 'কি-বোৰ্ড' আহিল ৷ তাকে ব্যৱহাৰ কৰিছো ৷ নিজকে জাহিৰ কৰাৰ বাবে আপল'ড নকৰো ৷ নিজৰ বাবে কৰো ৷ ই এক স্বাৰ্থ পৰতা ৷ মোৰ স্বাৰ্থপৰতাই আপোনাক আমনি কৰিলে - মই তাৰ বাবে ক্ষমা প্ৰাৰ্থী ৷

Comments
Post a Comment